Rohedoi 2024 |Achurjya Borpatro | Papori Gogoi | Jayanta K | Lyrical | New Assamese Bihu Song 2024
Times Music Axom Times Music Axom
1.51M subscribers
19,161 views
0

 Published On Premiered Apr 4, 2024

Times Music Axom presents New Assamese Bihu song, "Rohedoi 2024", sung by Achurjya Borpatra and Papori Gogoi .Celebrate this Bihu with latest Bihu Song, Rohedoi ,wish you happy Bihu 2024.

#bihu2024 #achurjyaborpatra #paporigogoi #bihusong #achurjya_borpatra

Credits
Song : Rohedoi 2024
Singer : Acurjya Borpatra and Papori Gogoi
Composition- jayanta kakati
Lyrics - Bijit
Music arrangement - Anupam konwar
Mix & Master - Pinku das ( studio RED AV )
Lyrical Video : Parthajit Hira
Poster design - Debu

ৰহেদৈ ২০২৪- Lyrics
কথা: বিজিত

M: ৰহেদৈ ৰাতিৰে আকাশতে ঐ
ওমলে জোন আৰু তৰা যেনেকৈ
F: চেনাই ঐ ভাবিলে ভালেই লাগে ঐ
তই জোন আৰু তোৰ তৰা হ'মে মই
তই নোহোৱাকে অ' মোৰে চেনাই ঐ
সপোনো নাহেছোন মোৰ দুচকুলৈ
M: এনুৱা মৰমে মোহিলি ৰহেদৈ
বুকুতে ফুটালি পিৰিতি হিলৈ।।

অন্তৰা ১:

M: পিয়াহতে পানী টুপি লাগে যেনেকৈ
বুকুৱে মোৰ বিচাৰে তোক আজি তেনেকৈ
F: ফাগুনৰ পছোৱা উৰে বাউলী হৈ
কোমলকৈ হিয়াৰে মৰম যাচোঁ কেনেকৈ
M: তোৰ হিয়াৰে ঘাটত, মোৰ মনৰে পানচৈ
চপাব দিবিনে মৰমৰ ৰহেদৈ।
F: তই নোহোৱাকে অ' মোৰে চেনাই ঐ
সপোনো নাহেছোন মোৰ দুচকুলৈ
M: এনুৱা মৰমে মোহিলি ৰহেদৈ
বুকুতে ফুটালি পিৰিতি হিলৈ।।

অন্তৰা ২:

M: আঘোণতে সোনালী ধান পকে যেনেকৈ
তোলৈ হেঁপাহ বাঢ়িছে মোৰ আজি তেনেকৈ
F: তাঁতৰে শালতে বহি মোৰে চেনাই ঐ
সূতা চিঙে, মাকো সৰে তোকে ভাবি ঐ
M: মোৰ উশাহে-নিশাহে, তোৰ সুবাস আহে বৈ
প্ৰতিটো পলতে মৰমৰ ৰহেদৈ।
F: তই নোহোৱাকে অ' মোৰে চেনাই ঐ
সপোনো নাহেছোন মোৰ দুচকুলৈ
M: এনুৱা মৰমে মোহিলি ৰহেদৈ
বুকুতে ফুটালি পিৰিতি হিলৈ।।



   / @timesmusicaxom  

Like || Share || Subscribe || Love

For more updates:
WhatsApp Channel : https://whatsapp.com/channel/0029Va92...
Facebook :   / timesmusicassamese  
Instagram :   / timesmusicassamese  
Tweet us your favourite videos on :   / timesmusiceast  
Website : http://www.timesmusic.com/

show more

Share/Embed